Show/Hide Keyboard Layout

সপোন পাৰৰ মই সপোন কুঁৱৰী

- জ্যোতিপ্ৰসাদ আগৰৱালা

সপোন পাৰৰ মই সপোন কুঁৱৰী

অমিয়া মাধুৰী মই আনো বিচাৰি

মই যে মায়াবিনী মই যে কুহকিনী

হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি

সুখ দুখ কত চাওঁ

হাঁহো মৃদু মৃদু কৰি ।।

Hits: 1736